" তুমি নাৰী"
_____________
_____________
✒ৰাজ্জাক আলী
(আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভকামনা ৰে)
(আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভকামনা ৰে)
সম্পৰ্কৰ নীল গগণ
সেউজী পৰশৰে বান্ধোন
যাৰ উচ্চতা সু উচ্চ,
যি দায়িত্বত আগভাগ তোমাৰ
সেউজী পৰশৰে বান্ধোন
যাৰ উচ্চতা সু উচ্চ,
যি দায়িত্বত আগভাগ তোমাৰ
গভীৰ যন্ত্ৰণাবোৰ
অন্তৰৰ কোনোৱা চুবুৰীত লুকুৱাই
কপাহ কোমল আত্মীয়তাৰ পচোৱাৰে
মৰম বোলা অনুভূতিৰ পৰশ বিলাই থকা দায়িত্বৰ
প্ৰথম শাৰীত তুমি
অন্তৰৰ কোনোৱা চুবুৰীত লুকুৱাই
কপাহ কোমল আত্মীয়তাৰ পচোৱাৰে
মৰম বোলা অনুভূতিৰ পৰশ বিলাই থকা দায়িত্বৰ
প্ৰথম শাৰীত তুমি
প্ৰেৰণাৰ মৌ আৰু
সাহসৰ সুবাসক মিশ্ৰণ কৰি তুমি
জীবনবোৰলৈ চটিয়াই থাকা প্ৰতিপলে,প্ৰতিক্ষণে
আপোনজনে সফলতাৰ সুৱাদ পোৱাৰ কামনাৰে
সাহসৰ সুবাসক মিশ্ৰণ কৰি তুমি
জীবনবোৰলৈ চটিয়াই থাকা প্ৰতিপলে,প্ৰতিক্ষণে
আপোনজনে সফলতাৰ সুৱাদ পোৱাৰ কামনাৰে
জোনাকী বহু সপোন
কোনোৱা এচুকত ৰাখি
আপোনজনক সুখ উপহাৰ
দিয়াত ব্যস্ত তুমি
কোনোৱা এচুকত ৰাখি
আপোনজনক সুখ উপহাৰ
দিয়াত ব্যস্ত তুমি
ত্যাগৰ আন এটি নাম তুমি
কষ্টৰ শয্যাত
পৰিয়ো তুমি
শান্তিৰ সন্ধান কৰা আপোনজনলৈ বুলি
নিজৰ কষ্টক আগস্থান নিদি
পৰিয়ো তুমি
শান্তিৰ সন্ধান কৰা আপোনজনলৈ বুলি
নিজৰ কষ্টক আগস্থান নিদি
ধৈৰ্য্য বিশালতাৰ গৰাকী তুমি,
ধৈৰ্য্য শক্তিৰে আত্মীয়ৰ প্ৰয়োজনীয়বোৰ
যিকোনো প্ৰকাৰে সফল কৰি লোৱাৰ
ক্ষমতা তোমাৰ
প্ৰতিপুৱাৰ সূৰুযৰ প্ৰথমটি আভাৰ পৰা
শেষ নিশাৰ অন্তিম অন্ধকাৰলৈকে
'সেৱা'ক মন হৃদয়ত কঢ়িয়াই
জীৱন বাটত খোজ তোমাৰ
শেষ নিশাৰ অন্তিম অন্ধকাৰলৈকে
'সেৱা'ক মন হৃদয়ত কঢ়িয়াই
জীৱন বাটত খোজ তোমাৰ
জীৱনৰ কোনোৱা কোনোৱা ক্ষণত
বন্ধুত্বৰ ৰঙীলতাৰে
জীৱনৰ ছবিবোৰ জিলিকাই তুলা
চিত্ৰকাৰ হৈ পৰা তুমি
বন্ধুত্বৰ ৰঙীলতাৰে
জীৱনৰ ছবিবোৰ জিলিকাই তুলা
চিত্ৰকাৰ হৈ পৰা তুমি
নিজ জীৱনতকৈ আত্মীয়ৰ জীৱনৰ
সুখ শান্তি আনন্দ
প্ৰদানত বৰ্তি থকা
তুমি মহান ত্যাগী
প্ৰতি যুগৰ
সুখ শান্তি আনন্দ
প্ৰদানত বৰ্তি থকা
তুমি মহান ত্যাগী
প্ৰতি যুগৰ
তুমি নাৰী
No comments:
Post a Comment